শেৱালি নিশাৰ ৰাণী

শেৱালি নিশাৰ ৰাণী

শেৱালি নিশাৰ ৰাণী : শেৱালি ফুল ভাল নোপোৱা লোক হয়তো এজনো নোলাব । শেৱালি ফুলৰ বৈশিষ্ট্যপূর্ণ বৰণ , সতেজতা , কোমলতা আৰু মনোমোহা গোন্ধে সকলোকে আকৰ্ষণ কৰিব পাৰে । বহু কবি , শিল্পী , সাহিত্যিক , নাট্যকাৰ , গীতিকাৰে তেওঁলোকৰ সৃষ্টিৰ কৰ্মৰাজিত শেৱালি ফুলক স্থান দিছে ।মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা ‘ কীৰ্ত্তন পুথিত পোৱা … Read more

নৰসিংহ গোন্ধযুক্ত ঔষধি উদ্ভিদ

নৰসিংহ গোন্ধযুক্ত ঔষধি উদ্ভিদ

নৰসিংহ গোন্ধযুক্ত ঔষধি উদ্ভিদ :নৰসিংহ ভাৰত আৰু শ্রীলঙ্কাৰ দেশীয় গছ (native tree) । বর্তমান এই গছে বিশ্বৰ সকলো ক্রান্তীয় অঞ্চলতে বিস্তৃতি লাভ কৰিছে । আজিকালি সমগ্র ভাৰততে নৰসিংহ পাতৰ সুবাস ( aroma ) আৰু গছৰ সৌন্দৰ্যৰ বাবে খেতি কৰিবলৈ লৈছে । নৰসিংহ অসমৰ হাবি বননিত বনৰীয়া অৱস্থাতো পোৱা যায় । বর্ণনাঃ নৰসিংহৰ বৈজ্ঞানিক নাম Murraya koenigii … Read more

নাহৰ উত্তম চিৰসেউজীয়া উদ্ভিদ

নাহৰ উত্তম চিৰসেউজীয়া উদ্ভিদ

নাহৰ উত্তম চিৰসেউজীয়া উদ্ভিদ : অসমৰ থলুৱা তথা সাধাৰণ গছৰ ভিতৰত নাহৰ অন্যতম । নাহৰ দুবিধ আছে । এবিধ জাতি নাহৰ , আনবিধ চিয়া নাহৰ । জাতি নাহৰৰ বৈজ্ঞানিক নাম Mesua ferrea L. আৰু চিয়া নাহৰৰ Kayea assamica দুয়োবিধৰে গোত্র Guttiferae ( Clusiaceae ) । ইয়াত জাতি নাহৰৰ বিষয়ে চমুকৈ লিখা হৈছে । বর্ণনাঃ ইংৰাজীত … Read more

চতিয়না শগুণৰ উপযুক্ত বাসস্থান

চতিয়না শগুণৰ উপযুক্ত বাসস্থান

চতিয়না শগুণৰ উপযুক্ত বাসস্থান : উক্ত বিছফাঁকিৰ পৰা চতিয়না গছৰ কাঠৰ পৰা যে তাঁতশালৰ অন্যতম সঁজুলি যেনে টোলোঠা , দোপতি আদি সজা হয় তাকে সূচাইছে । ইয়াৰ কাৰণ হ’ল চতিয়না গছৰ কাঠ পোন তথা পাতল আৰু সেইবাবে তাঁতাশালৰ সঁজুলি তৈয়াৰ কৰিবলৈ সুবিধা হয় । চতিয়না গছৰ ইংৰাজী নাম ডেভিলছ ট্রি ( Devil’s tree ) বা ডিটা … Read more

সোণাৰু গ্ৰীষ্মকালিন ফুলৰ গছ

সোণাৰু গ্ৰীষ্মকালিন ফুলৰ গছ

সোণাৰু গ্ৰীষ্মকালিন ফুলৰ গছ : ভাৰতৰ থলুৱা গছবোৰৰ ভিতৰত সোণাৰু অন্যতম । মে – জুন মাহত গোটেই গছজোপা সোণ বৰণীয়া ফুল ফুলি ৰূপতে ৰহন চৰায় আৰু চৌপাশৰ পৰিবেশটো অতি মনোমোহা কৰি পেলায় । সোণাৰু গছৰ ফুলপাহ আৰু গছত ফুলৰ প্ৰচুৰ পৰিমাণৰ চৰিত্ৰটো ইউৰোপীয় লেবাৰনাম গছৰ লগত সাদৃশ্য থকাৰ বাবে সোণাৰুক ‘ ইণ্ডিয়ান লেবাৰনাম ’ নামটো দিয়া … Read more

মণিছাল প্রাকৃতিক চাবোন

মণিছাল-প্রাকৃতিক-চাবোন

মণিছাল প্রাকৃতিক চাবোন : মণিছাল এসয়মত অসমীয়া সমাজত অতি পৰিচিত বৃক্ষ আছিল । কিয়নো অতীতত অসমীয়া সমাজত মণিছালেৰে কাপোৰ আৰু চুলি ধুবলৈ সততে ব্যৱহাৰ কৰিছিল । তেতিয়া আজিৰ দৰে বিভিন্ন কোম্পানীৰ চাবোন বা চেম্পোৰ পয়োভৰ নাছিল । বর্ণনাঃ মণিছাল গছৰ বৈজ্ঞানিক নাম Sapindus mukorossi Gaertn গোত্র – Sapindaceae . ইংৰাজীত ইয়াক ‘ Soapnut tree ‘ … Read more

ঔটেঙা উৎকৃষ্ট বনৰীয়া টেঙা গছ

ঔটেঙা উৎকৃষ্ট বনৰীয়া টেঙা গছ

ঔটেঙা উৎকৃষ্ট বনৰীয়া টেঙা গছ : ঔটেঙা প্ৰকৃততে হাবি জংঘলত থকা বনৰীয়া গছ । ভাৰত উপমহাদেশৰ চিৰ সেউজীয়া ক্রান্তীয় অবণ্যকে ধৰি সেমেকা পর্ণপাতী অর্ধ চিৰসেউজীয়া বনাঞ্চলত ঔটেঙাৰ গছ যথেষ্ট পৰিমাণে পোৱা যায় । অসমীয়া লোকৰ মাজত ঔটেঙা বৰ জনপ্রিয় । আজিকালি বহুতো লোকে সহজে পোৱাকৈ বাৰীৰ ঢাপত ৰুই ল’ব ধৰিছে । অসমীয়া লোকবিশ্বাস মতে ঔটেঙা … Read more

বকুল সুগন্ধিযুক্ত ফুলৰ গছ

বকুল-সুগন্ধিযুক্ত-ফুলৰ-গছ

বকুল সুগন্ধিযুক্ত ফুলৰ গছ : বহুদিন বকুলৰ গোন্ধ পোৱা নাই বহুদিন বকুলৰ মালা গঁথা নাই । বকুল তলত বহি বহুদিন বকুলৰ গোন্ধ লোৱা নাই ..শিল্পী বীৰেণ দত্তৰ এই মনপশা গীতটোৰ মাজেদিয়েই বকুল ফুলৰ সুবাসৰ উমান পোৱা যায় । অসমীয়া লোক সাহিত্যতো বকুল ফুলে গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । বগাকৈ বগলী বহলাই বহিছে বলুকাত … Read more

ভীমকল বা আঠীয়াকল বহু ব্যৱহৃত উদ্ভিদ

ভীমকল বহু ব্যৱহৃত উদ্ভিদ

ভীমকল বহু ব্যৱহৃত উদ্ভিদ :কল কল কল কল এবিধ ফল কল খালে গাত হয় হাতীৰ সমান বল । অর্থাৎ কলে শৰীৰৰ গঠন আৰু পুষ্টিসাধন প্ৰক্ৰিয়াত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে । কিয়নো পৰিপুষ্টিৰ দিশৰ পৰা কলৰ মূল্য অধিক । কলত প্ৰটিন , ভিটামিন আৰু খনিজ লৱণ পৰ্যাপ্ত মাত্ৰাত পোৱা যায় । ই শক্তিদায়ক ফল । সেয়ে দুর্বল … Read more

মহানিম সেউজীয়া সোণ

মহানিম সেউজীয়া সোণ

মহানিম সেউজীয়া সোণ : নিম দুবিধ আছে । এবিধ ঘোঁৰানিম ; আনবিধ মহানিম । মহানিম গছজোপাৰহে বহুল ব্যৱহাৰ আছে । এই উদ্ভিদৰ প্ৰতিটো অংশৰে ব্যৱহাৰ হয় । মহানিম গছ পোন প্ৰথমে দক্ষিণ আৰু পূব এচিয়াত পোৱা গৈছিল যদিও আজিকালি আফ্রিকা , আমেৰিকা , অস্ট্রেলিয়া আদি দেশৰ ক্ৰান্তীয় আৰু উপ – ক্ৰান্তীয় অঞ্চলতো ইয়াৰ খেতি কৰিবলৈ … Read more